স্বৰ বৰ্ণ (sarbarna)
অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ
অসমীয়া ভাষাত স্বৰ বৰ্ণ ১১ তা (এঘাৰটা) | যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় নালাগে তাক স্বৰ বৰ্ণ বোলে |
বৰ্ণ কাক বোলে : প্ৰতেক ভাষাত মনৰ ভাব প্ৰাশ কৰিবলৈ ধ্বনি সহায় লোৱা হ’য় | ভাষাৰ মূল হ’ল ধ্বনি | এই ধ্বনিসমষ্টিক লিখিত ৰুপত প্ৰকাশ কৰিবলৈ ব্যবহাৰ কৰা চিন বোৰক বৰ্ণ বোলা হয় |
| Vowel | Vowel Name | Vowel Sign | Sound |
|---|---|---|---|
| অ | o | no sign | |
| আ | aa | া | |
| ই | hrasho e | ি | |
| ঈ | dirgho e | ী | |
| উ | hrasho u | ু | |
| ঊ | dirgha u | ূ | |
| ঋ | ree | ৃ | |
| এ | e | ে | |
| ঐ | oi | ৈ | |
| ও | o | ো | |
| ঔ | ou | ৌ |
