Consonants

  • Post category:root

ব্যন্জন বৰ্ণ (byanjanbarna)
Consonants

ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, ক্ষ, ড়, ঢ়, য়, ৎ, ং, ঃ, ঁ

অসমীয়া ভাষাত মূল ব্যন্জন  বৰ্ণ ৩৩ (তেট্ৰিছ) তা (ক, খ, গ, … স, হ)| যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় লব লাগে তাক  ব্যন্জন বৰ্ণ বোলে | অৱশ্যে ব্যন্জন বৰ্ণক স্বৰৰ সহয় নল’লে উচ্চাৰণ কৰিব নোৱাৰি |

বৰ্ণ কাক বোলে : প্ৰতেক ভাষাত মনৰ ভাব প্ৰাশ কৰিবলৈ ধ্বনি সহায় লোৱা হ’য় | ভাষাৰ মূল হ’ল ধ্বনি | এই ধ্বনিসমষ্টিক লিখিত ৰুপত প্ৰকাশ কৰিবলৈ ব্যবহাৰ কৰা চিন বোৰক বৰ্ণ বোলা হয় |

ConsonantConsonant NameSound
কko
খkha
গga

ঘgha
ঙnga
চcha
ছchha
জja
ঝjha
ঞnya
টTa
ঠTha
ডDa
ঢDha
ণNa
তTa
থTha
দDa
ধDha
নNa
পPa
ফpha
বba
ভbha
মma
যja
ৰra
লla
ৱwa/va
শsha
ষxa
সsa/xa
হha
ক্ষkhya
ড়Rah
ঢ়Rha
য়ya
ৎT
ং[anuswar] Sounds: /ng/
ঃ[bisarga] Sounds: /h/ (adds voiceless breath)
ঁ[sandrabindu] (Nasalises vowel)