Consonants

  • Post category:root

ব্যন্জন বৰ্ণ (byanjanbarna)
Consonants

ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, ক্ষ, ড়, ঢ়, য়, ৎ, ং, ঃ, ঁ

অসমীয়া ভাষাত মূল ব্যন্জন  বৰ্ণ ৩৩ (তেট্ৰিছ) তা (ক, খ, গ, … স, হ)| যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় লব লাগে তাক  ব্যন্জন বৰ্ণ বোলে | অৱশ্যে ব্যন্জন বৰ্ণক স্বৰৰ সহয় নল’লে উচ্চাৰণ কৰিব নোৱাৰি |

বৰ্ণ কাক বোলে : প্ৰতেক ভাষাত মনৰ ভাব প্ৰাশ কৰিবলৈ ধ্বনি সহায় লোৱা হ’য় | ভাষাৰ মূল হ’ল ধ্বনি | এই ধ্বনিসমষ্টিক লিখিত ৰুপত প্ৰকাশ কৰিবলৈ ব্যবহাৰ কৰা চিন বোৰক বৰ্ণ বোলা হয় |

ConsonantConsonant NameSound
ko
kha
ga

gha
nga
cha
chha
ja
jha
nya
Ta
Tha
Da
Dha
Na
Ta
Tha
Da
Dha
Na
Pa
pha
ba
bha
ma
ja
ra
la
wa/va
sha
xa
sa/xa
ha
ক্ষkhya
Rah
Rha
ya
T
[anuswar] Sounds: /ng/
[bisarga] Sounds: /h/ (adds voiceless breath)
[sandrabindu] (Nasalises vowel)